June 4, 2025 11:33 AM

views 25

ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ আই পি এল ক্রিকেট প্রতিযোগিতাৰ খিতাপ জয়

আই পি এল ক্রিকেট প্রতিযোগিতাত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে প্ৰথমবাৰৰ বাবে খিতাপ জয় কৰিছে। যোৱা নিশা আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত ফাইনেলত বেংগালুৰুৱে পাঞ্জাব কিংছক ৬ ৰানত পৰাস্ত কৰে। প্ৰথমবাৰৰ বাবে আই পি এলৰ খিতাপ জয় কৰি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ অধিনায়ক ৰজত পাটিদাৰে কয়, যে বিৰাট কোহলী আৰু হাজাৰ হাজাৰ অনুৰাগী এই জয়লাভৰ প্ৰাপ্য আছিল। তেওঁ লগতে প্ৰতিগৰাকী খেলুৱৈকে সমৰ্থন কৰা দলৰ প্ৰশিক্ষক তথা অন্যান্য সহযোগীসকলক ধন্যবাদ জ্ঞাপন কৰে। ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে প্ৰথমে বেট ...