August 3, 2026 1:08 PM

views 3

গেৰুকামুখৰ এন এইচ পি চিৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্প পৰিদৰ্শন মন্ত্রী ডাঃ ৰণোজ পেগুৰ

ভৈয়াম জনজাতি পৰিক্ৰমা বিভাগৰ মন্ত্রী ডাঃ ৰণোজ পেগুৱে আজি গেৰুকামুখত থকা এন এইচ পি চিৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্প পৰিদৰ্শন কৰি বান্ধটোৰ সুৰক্ষা ব্যৱস্থাৰ বুজ লয়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত এই বিষয়ে প্রকাশ কৰি ডাঃ পেগুবে কয়, যে অভিযন্তাসকলৰ সৈতে কথা পাতি তেওঁ এই বান্ধটো সম্পূর্ণ সুৰক্ষিত আৰু পানী এৰি দিয়াৰ সমগ্র প্রক্রিয়া সতর্কতাৰে নিৰীক্ষণ কৰি সম্পূৰ্ণ নিয়ন্ত্ৰণত ৰখা হৈছে বুলি পতিয়ন যায়। ড° পেণ্ডবে ধেমাজি, লখিমপুৰ আৰু মাজুলীৰ জনসাধাৰণক নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পক লৈ চিন্তিত হোৱাৰ প্ৰ...