June 25, 2026 1:57 PM
9
বিধানসভা সচিবালয়ত সংঘটিত অনিয়মৰ তদন্ত শীঘ্ৰেই হ’বঃ বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাস
বিধানসভা সচিবালয়ত সংঘটিত অনিয়মৰ তদন্ত শীঘ্ৰেই হ'ব। এই তদন্ত প্রক্রিয়া বর্তমানো স্থবিৰ হোৱা নাই আৰু শীঘ্ৰেই তদন্ত সমিতি গঠন হ'ব। বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে কালি দিছপুৰ প্ৰেছ ক্লাবৰ ‘এইমাহৰ অতিথি’ শীৰ্ষক অনুষ্ঠানত অংশ লৈ এইদৰে প্ৰকাশ কৰে। অনুষ্ঠানত সাংবাদিকৰ সৈতে হোৱা কথা- বতৰাত অধ্যক্ষ দাসে কয়, যে কোনোৱেই আইনৰ ঊৰ্ধত নহয়। বিধানসভাৰ অনিয়ম সন্দৰ্ভত যিকোনো লোকে ন্যায়ালয়ৰ কাষ চাপিব অথবা বিধানসভা সচিবালয়ত তথ্য জনা আইনৰ জৰিয়তে তথ্য বিচাৰিব পাৰে বুলি তেওঁ মন্তব্য কৰে। সংবাদ মাধ্যমৰ বিশ...