August 8, 2026 12:11 PM

views 4

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱাল সাংবাদিকৰে বাৰ্তালাপ

ভাৰতে প্ৰস্তাৱিত বিদেশী অৱদান (নিয়ন্ত্রণ) সংশোধনী বিধেয়ক সন্দৰ্ভত আমেৰিকাৰ এগৰাকী সাংসদে উত্থাপন কৰা আপত্তি নাকচ কৰি কয় যে ভাৰতৰ সংসদীয় বিষয় হৈছে এটা আভ্যন্তৰীণ বিষয়, য'ত দুখন সংসদে সিদ্ধান্ত গ্রহণ কৰে। এই সন্দৰ্ভত এটা প্ৰশ্নৰ উত্তৰ দি নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে এই কথা সদৰী কৰে। জয়ছৱালে আঙুলিয়াই দিয়ে যে আমেৰিকাকে ধৰি কেইবাখনো ৰাষ্ট্ৰ আছে যিয়ে বিদেশী ধনৰ প্রবাহ নিয়ন্ত্ৰণ কৰে। ভাৰতীয় জাহাজ আৰু নাৱিকসকলৰ সুৰক্ষা আৰু নিৰাপত্তা সন্দৰ্...