August 7, 2026 10:35 AM

views 19

বানত ক্ষতিগ্রস্ত চেলেংহাট-আমগুৰি-শিমলুগুৰি-শিৱসাগৰ টাউন ৰেলপথ সম্পূৰ্ণৰূপে কাৰ্যক্ষম

বানত ক্ষতিগ্রস্ত চেলেংহাট-আমগুৰি-শিমলুগুৰি-শিৱসাগৰ টাউন ৰেলপথটো কালিৰেপৰা সম্পূৰ্ণৰূপে কাৰ্যক্ষম হৈ উঠিছে।  ইয়াৰ ফলত লামডিং আৰু শিৱসাগৰৰ মাজেৰে গুৱাহাটী-ডিব্ৰুগড় অভিমুখী প্ৰত্যক্ষ ৰে'লসেৱা পুনৰ আৰম্ভ কৰিব পৰা যাব। অতি কম সময়ৰ ভিতৰতে এই গুৰুত্বপূৰ্ণ ৰে'লপথটো পুনৰ মুকলি কৰাৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে কেন্দ্ৰীয় ৰে'লমন্ত্ৰী অশ্বিনী বৈষ্ণৱ আৰু উত্তৰ-পূব সীমান্ত ৰে'লৱে কৰ্তৃপক্ষক কৃতজ্ঞতা জ্ঞাপন কৰে।  উল্লেখযোগ্য যে এই সংযোগ পুনৰ স্থাপনৰ জৰিয়তে উজনি অসমৰ সৈত...