July 9, 2026 2:14 PM

views 17

ৰবীন্দ্ৰ ভৱনৰ মেৰামতিৰ কাম শীঘ্ৰে সম্পন্ন কৰাৰ বাবে ব্যৱস্থা গ্রহণ

ৰাজ্য চৰকাৰে ৰবীন্দ্ৰ ভৱনৰ মেৰামতিৰ কাম শীঘ্ৰে সম্পন্ন কৰাৰ বাবে ব্যৱস্থা গ্রহণ কৰিছে বুলি সাংস্কৃতিক মন্ত্রী বিমল বৰাই প্ৰকাশ কৰিছে। মন্ত্ৰীগৰাকীয়ে কালি এই সন্দৰ্ভত লোক নির্মাণ আৰু সাংস্কৃতিক বিভাগৰ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয় আৰু প্রেক্ষাগৃহটোৰ সামগ্রিক অবস্থাৰ বুজ লয়। শ্ৰী বৰাই প্রেক্ষাগৃহটো শীঘ্রে সাংস্কৃতিক কাম কাজৰ বাবে ব্যৱহাৰোপযোগী কৰি তুলিবলৈ বিষয়াসকলক নির্দেশ দিয়ে। তেওঁ লগতে মজিয়াত পানী সোমোৱা, শীত-তাপ নিয়ন্ত্রণ ব্যবস্থা, লাইট, জেনেৰেটৰ, শব্দ ব্যৱস্থাৰ মেৰামতি, সীমাৰ বেৰ নিৰ্মাণ আদি ...