July 18, 2026 9:35 AM

views 2

মহাৰাষ্ট্ৰৰ পুনেত তিনিটা বৃহৎ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ ভূমি পূজন অনুষ্ঠান

কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰী আৰু মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নৱিছে আজি ৰাজ্যখনৰ পুনেত তিনিটা বৃহৎ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ ভূমি পূজন অনুষ্ঠানত ভাগ ল'ব। এই তিনিটা প্ৰকল্পৰ ভিতৰত ২৪৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ পুনে-সম্ভাজিনগৰ গ্ৰীণফিল্ড এক্সপ্ৰেছৱেৰ প্ৰথম পৰ্যায়ৰূপে খৰাদি জংচন আৰু শিৰুৰ বাইপাছৰ মাজৰ ৫৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ ছয়লেনযুক্ত পথ, হাদাপছাৰ আৰু য়ৱতৰ মাজৰ প্ৰায় ৩০.৫ কিলোমিটাৰ আৰু তালেগাওঁ-চাকন-শিক্রাপুৰৰ মাজৰ ৫৪.৩ কিলোমিটাৰ পথ আছে। এই প্রকল্পসমূহে যাতায়াত সুগম ক...