August 12, 2024 6:08 PM

views 54

আকাশবাণীৰ পাৱলিক স্পীকত আজি নিশা ৯.৩০ বজাত দুৰ্যোগৰ সময়ত নিৰাপদে থকাৰ উপায় সন্দৰ্ভত আলোচনা

আকাশবাণী বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাৱলিক স্পীকত আজি নিশা চাৰে ৯ বজাত দুৰ্যোগৰ সময়ত নিৰাপদে থকাৰ উপায় সন্দৰ্ভত ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সদস্য কৃষ্ণ এছ বৎস আৰু নতুন দিল্লীৰ অখিল ভাৰতীয় আয়ুৰ্বেদিক প্ৰতিষ্ঠানৰ জে পি এন এ ট্রমা চেণ্টাৰৰ মুৰববী ডº কামৰান ফাৰুকৰ সৈতে হোৱা এটি আলোচনা প্ৰচাৰ কৰা হ'ব। আগ্রহী শ্ৰোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত ০১১-২৩৪২ ১০৫০ আৰু ০১১ ২৩৩১ ৪৪৪৪ নম্বৰত ফোন কৰি দুৰ্যোগৰ সময়ত নিৰাপদে থকাৰ বিভিন্ন উপায় সম্পর্কে বিশেষজ্ঞ দুগৰাকীক প্ৰশ্ন সু...

July 15, 2024 10:41 AM

views 41

আজি নিশা ৯.৩০ বজাত আকাশবাণীৰ ফোন-ইন পাব্লিক স্পীক অনুষ্ঠান

● আকাশবাণীৰ দ্বিভাষিক ফোন-ইন অনুষ্ঠান পাব্লিক স্পীকত আজি নিশা ৯.৩০ বজাত উচ্চৰক্তচাপ আৰু ইয়াৰ সমাধানৰ সন্দৰ্ভত এক মননশীল আলোচনা আগবঢ়োৱা হ'ব। এই আলোচনাত এইমছৰ হৃদৰোগ বিভাগৰ অধ্যাপক ড° ৰাকেশ যাদৱ আৰু খাদ্য বিশেষজ্ঞ ডাঃ ৰিচা জয়ছৱালে অংশগ্রহণ কৰিব। অনুষ্ঠান চলি থকাৰ সময়ত শ্ৰোতাসকলে উচ্চৰক্তচাপৰ বিভিন্ন দিশ যেনে ইয়াৰ লক্ষণ, প্ৰতিৰোধ আৰু সুস্থ জীৱনশৈলীৰ সৈতে জড়িত প্রশ্ন সুধিব পাৰিব। শ্ৰোতাসকলে অনুষ্ঠান প্ৰচাৰ হৈ থকাৰ সময়ত ০১১ ২৩৪২১০৫০ আৰু ০১১-২৩৩১৪৪৪৪ নম্বৰত ফোনকৰি তেওঁলোকৰ প্ৰশ্ন সুধিব পাৰিব। ত...

June 24, 2024 6:11 PM

views 41

আকাশবাণীৰ পাব্লিক স্পীকত আজি নিচাযুক্ত দ্ৰব্যৰ ব্যৱহাৰৰ ভাবুকিৰ সৈতে মোকাবিলা শীর্ষক আলোচনা

আকাশবাণী বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাব্লিক স্পীকত আজি নিশা চাৰে ন বজাত নিচাযুক্ত দ্ৰব্যৰ ব্যৱহাৰৰ ভাবুকিৰ সৈতে মোকাবিলা শীর্ষক আলোচনা আগবঢ়োৱা হ'ব। এই অনুষ্ঠানত এন চি বিৰ উপ-সঞ্চালক প্ৰধান নীজ গুপ্তা আৰু আৰ এম এল হাস্পতালৰ ডাঃ লোকেশ শ্বেখাৱাটে অংশ গ্রহণ কৰিব। আগ্রহী শ্রোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত ০১১-২৩৪২ ১০৫০ আৰু ০১১ ২৩৩১ ৪৪৪৪ নম্বৰত ফোন কৰি নিচাযুক্ত দ্ৰব্য সেৱনৰ ভাবুকিৰ বিভিন্ন দিশ সম্পর্কে সমল ব্যক্তি দুগৰাকীক প্ৰশ্ন সুধিব পাৰিব। শ্ৰোতাসকলে ৯২৮৯০ ৯৪০৪৪ নম্বৰত ৱাটছএপ যোগ...

May 6, 2024 7:00 PM

views 42

আকাশবাণীৰ “PUBLIC SPEAK”ত আজি “ডিজিটেল সজাগতা আৰু চাইবাৰ সুৰক্ষাৰ চিন্তাৰ প্ৰয়োজনীয়তা” শীর্ষক আলোচনা

আজি নিশা ৯.৩০ বজাত আকাশবাণীৰ দ্বিভাষিক লাইভ ফোন-ইন অনুষ্ঠান "PUBLIC SPEAK"ত ভাৰতীয় চাইবাৰ অপৰাধ সমন্বয় কেন্দ্ৰৰ চাইবাৰ সুৰক্ষা বিশেষজ্ঞ অখিলেশ গৌড়ৰ সৈতে "ডিজিটেল সজাগতা আৰু চাইবাৰ সুৰক্ষাৰ চিন্তাৰ প্ৰয়োজনীয়তা” শীর্ষক এটা আলোচনা আগবঢ়োৱা হ'ব। আলোচনাত ড: গৌড়ৰ সৈতে জ্যেষ্ঠ তথ্য বিশেষজ্ঞ ড. গুলশন ৰায়ো উপস্থিত থাকিব। অনুষ্ঠানৰ সময়ত শ্ৰোতাসকলে অতিথিসকলক বিভিন্ন চাইবাৰ ভাবুকি আৰু ডাটা আৰু চিষ্টেম সুৰক্ষিত কৰাৰ উপায়ৰ বিষয়ে প্রশ্ন সুধিব পাৰিব। এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ শ্রোতাসকলে আজি নিশা চাৰে ৯ বজাৰ ...