June 29, 2026 1:58 PM
13
পৰিৱেশ সংৰক্ষণ আৰু বহনক্ষম উন্নয়নৰ ক্ষেত্ৰত দিয়া নেতৃত্বৰ বাবে প্রধানমন্ত্ৰী মোদীক চিচিলিৰ সর্বোচ্চ সন্মান ‘Guardian of the Blue Horizon’ প্ৰদান
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক পৰিবেশ সংৰক্ষণ আৰু বহনক্ষম উন্নয়নৰ ক্ষেত্ৰত দিয়া নেতৃত্বৰ বাবে চিচিলিৰ সৰ্বোচ্চ সন্মান Guardian of the Blue Horizon প্ৰদান কৰা হৈছে। চিচিলিৰ ৰাষ্ট্ৰপতি ড০ পেট্রিক হার্মিনীয়ে এই সন্মান প্রদান কৰি শ্ৰীমোদীৰ বহনক্ষম বিকাশৰ দিশত দীৰ্ঘদিনীয়া প্রচেষ্টা তথা তেওঁৰ সেউজ দৰ্শনৰ প্ৰশংসা কৰে। সেউজ নেতৃত্ব, উন্নয়নমূলক ৰাষ্ট্ৰসমূহক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত কৰা প্ৰচেষ্টা আৰু সামুদ্রিক অর্থনীতি, জলবায়ু সুৰক্ষা তথা সাগৰীয় সম্পদসমূহৰ বহনক্ষম ব্যৱস্থাপনাৰ ক্ষেত্ৰত প্ৰধানমন্ত্রী ...