October 25, 2026 7:46 PM
2
প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ দ্বাৰা ওড়িশাৰ ইনফো ভেলী-টুত ভাৰতীয় ৰিজার্ভ বেংকৰ তথ্য কেন্দ্ৰ তথা চাইবাৰ নিৰাপত্তা প্রশিক্ষণ প্রতিষ্ঠান মুকলি
প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি ভূৱনেশ্বৰৰ সমীপৰ জনীৰ ইনফো ভেলী-টুত ভাৰতীয় ৰিজার্ভবেংকৰ তথ্য কেন্দ্ৰ তথা চাইবাৰ নিৰাপত্তা প্রশিক্ষণ প্রতিষ্ঠান মুকলি কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে বাৰানসী ভ্রমণ সামৰি ওড়িশাৰ ৰাজধানী ভূৱনেশ্বৰত উপস্থিত হয়। ওড়িশাৰ ৰাজ্যপাল ব্রজমোহন ৰাম আৰু মুখ্যমন্ত্রী মোহন চৰণ মাঝি তথা অন্যান্য প্রতিনিধিসকলে জনী হেলিপেডত প্ৰধানমন্ত্ৰীগৰাকীক আদৰণি জনায়। উল্লেখযোগ্য যে প্রায় ১৭০ কোটি টকা ব্যয়সাপেক্ষে নির্মিত এই তথ্যকেন্দ্ৰৰ জৰিয়তে গুৰুত্বপূৰ্ণ বিত্তীয় তথ্যসমূহৰ সুৰক্ষা শক্তিশালী হ'ব বু...