June 25, 2026 2:15 PM

views 22

আর্মেনিয়াৰ সংসীয় নির্বাচনত বিজয় সাব্যস্ত কৰাৰ বাবে প্রধানমন্ত্রী নিকল পাছিনয়ানক প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অভিনন্দন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সদ্যসমাপ্ত সংসীয় নির্বাচনত বিজয় সাব্যস্ত কৰাৰ বাবে আর্মেনিয়াৰ প্রধানমন্ত্রী নিকল পাছিনয়ান আৰু তেওঁৰ দলক অভিনন্দন জ্ঞাপন কৰিছে। আর্মেনিয়াৰ প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে কালি হোৱা টেলিফোনিক বার্তালাপত শ্রীমোদীয়ে পশ্চিম এছিয়াৰ সাম্প্ৰতিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ইৰানত আবদ্ধ হৈ থকা ভাৰতীয় লোকসকলক উদ্ধাৰ কৰাৰ ক্ষেত্ৰত দেশখনে আগবঢ়োৱা সহায়ৰ শলাগ লয়। সামাজিক মাধ্যমৰ এটা প’ষ্টত শ্ৰীমোদীয়ে কয়, যে বার্তালাপৰ সময়ছোৱাত তেওঁলোকে উভয় দেশৰ মাজত বিভিন্ন ক্ষেত্ৰত থকা উষ্ম ...