June 20, 2026 12:08 PM
10
প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ ওড়িশা আৰু পশ্চিমবংগ ভ্ৰমণ
প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আজি ওড়িশা আৰু পশ্চিমবংগ ভ্রমণলৈ যাব। প্রধানমন্ত্রীয়ে ওড়িশাত ৰাষ্ট্রপতি শ্রীমতী দ্রৌপদী মুর্মুৰ সৈতে ময়ূৰভঞ্জ জিলাৰ পাহাৰপুৰ গাঁৱৰ চান্থালী জাহেৰা আৰু হো জাহিৰা পৱিত্ৰ বনত সেৱা আগবঢ়াব। ইয়াৰ পাছত তেওঁলোকে জিলাখনৰ ৰায়ৰাংপুৰত ওড়িশা চৰকাৰৰ দুবছৰ সম্পূর্ণ হোৱা উপলক্ষে আয়োজিত এটা অনুষ্ঠানত অংশ ল'ব। এই অনুষ্ঠানতে প্রধানমন্ত্রী আৰু ৰাষ্ট্ৰপতিয়ে ৪৭ হাজাৰ কোটিৰো অধিক টকা ব্যয়সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্রকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। ইয়াৰ পাছত প্রধানমন্ত্রী মোদী দুদ...