July 15, 2026 8:31 PM

views 5

সমাজৰ বৃহত্তৰ কল্যাণৰ বাবে আয়ুৰ্বেদৰ শেহতীয়া প্রযুক্তি গ্রহণ কৰিবলৈ আহ্বান

ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুৱে সমাজৰ বৃহত্তৰ কল্যানৰ বাবে আয়ুৰ্বেদৰ শেহতীয়া প্রযুক্তি গ্রহণ কৰিবলৈ আহ্বান জনাইছে। নতুন দিল্লীত আজি শুশ্রুতম ২০২৬ শীর্ষক আলোচনাচক্ৰৰ উদ্বোধনী অনুষ্ঠানত ভাষণ দি ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে নতুন উদ্যমেৰে আয়ুর্বেদ আৰু যোগাভ্যাসক গোলকীয় মঞ্চত প্ৰতিষ্ঠা কৰিছে। বৈজ্ঞানিক মান অনুযায়ী আয়ুর্বেদিক অস্ত্রোপচাৰৰ প্ৰাচীন পৰম্পৰাক মর্যাদা প্ৰদানৰ বাবে চলোৱা প্ৰচেষ্টাক লৈ তেওঁ সন্তুষ্টি প্রকাশ কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে আয়ুষ মন্ত্রালয়ে আয়ুর্বেদিক স্বাস্থ্...