July 26, 2026 10:03 AM
7
তিনিখন ইউৰোপীয় দেশ ভ্ৰমণ সামৰি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু নতুন দিল্লীত উপস্থিত
মোলদোভা, উত্তৰ মেচিডোনিয়া আৰু ৰোমানিয়াৰ ভ্ৰমণ সামৰি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু আজি পুৱা নতুন দিল্লীলৈ উভতি আহে। এই ভ্রমণকালত ৰাষ্ট্ৰপতিগৰাকীয়ে এই তিনিখন ইউৰোপীয় দেশৰ সৈতে ভাৰতৰ কৌশলগত অংশীদাৰিত্ব শক্তিশালী কৰা আৰু পাৰস্পৰিক স্বার্থজড়িত ক্ষেত্রসমূহত সহযোগিতা সম্প্ৰসাৰণৰ লক্ষ্যৰে উচ্চস্তৰীয় বৈঠকত অংশগ্ৰহণ কৰে। ৰাষ্ট্ৰপতিগৰাকীৰ এই ভ্রমণ বিভিন্ন ক্ষেত্রত ঐতিহাসিক হিচাবে বিবেচিত হৈছে। ইয়াৰ ভিতৰত উল্লেখযোগ্য হৈছে, মোলদোভা আৰু উত্তৰ মেচিডোনিয়ালৈ কোনো ভাৰতীয় ৰাষ্ট্ৰপতিৰ প্ৰথম ৰাষ্ট্ৰীয় ভ্রমণ আৰু ...