July 23, 2026 12:28 PM

views 29

উত্তৰ মেচিডোনিয়াৰ ৰাষ্ট্ৰপতি গর্ডানা চিলজানোভস্কা-ডাভকোভাই কৈছে যে এগৰাকী মহিলা বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্রিক দেশ ভাৰতৰ ৰাষ্ট্ৰপতি হোৱাটো গৌৰৱৰ বিষয়

উত্তৰ মেচিডোনিয়াৰ ৰাষ্ট্ৰপতি গর্ডানা চিলজানোভস্কা-ডাভকোভাই কৈছে যে এগৰাকী মহিলা বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্রিক দেশ ভাৰতৰ ৰাষ্ট্ৰপতি হোৱাটো গৌৰৱৰ বিষয়। উত্তৰ মেচিডোনিয়াৰ স্কোপজেত আকাশবাণীৰ সংবাদদাতা সুভাশ্রী মহাপাত্ৰৰ সৈতে হোৱা কথা-বতৰাত শ্ৰীমতী ডাভকোভাই কয় যে, ইয়াৰ পূৰ্বে তেওঁ ভাৰতৰ সুদীর্ঘ ইতিহাস আৰু আধ্যাত্মিকতাৰ প্ৰতিও আগ্রহী হৈছিল।  তেওঁ কয় যে ৰাষ্ট্ৰপতি শ্রীমতী মুর্মুক লগ পোৱাৰ পাছতো তেওঁ অতিশয় আপ্লুত হৈছিল। কেৱল মহিলাইহে যে পৃথিৱীখন সলনি কৰিব পাৰে, সেই কথা ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুক স...