September 5, 2026 10:04 AM

views 42

আজি শিক্ষক দিৱস, দেশৰ সকলো শিক্ষক-শিক্ষয়িত্ৰীলৈ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ শুভেচ্ছা

সমগ্র দেশতে আজি শিক্ষক দিৱস উদযাপন কৰা হৈছে। প্ৰখ্যাত শিক্ষাবিদ, লেখক, দার্শনিক তথা প্ৰাক্তন ৰাষ্ট্ৰপতি ড০ সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ জয়ন্তী উপলক্ষে প্ৰতি বছৰে এই দিৱস পালন কৰা হয়। এই দিৱসে জাতি গঠনত শিক্ষক আৰু শিক্ষাবিদৰ গুৰুত্বপূৰ্ণ ভূমিকাক স্বীকৃতি প্ৰদান কৰে। ছাত্ৰ-ছাত্ৰীৰ জীৱনক ৰূপান্তৰিত কৰি সমাজৰ ভেঁটি শক্তিশালী কৰাৰ ক্ষেত্ৰত শিক্ষকসকলৰ অমূল্য অৱদান আছে। শিক্ষক দিৱস উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে সমগ্ৰ দেশৰ শিক্ষক-শিক্ষয়িত্ৰীসকলক শুভেচ্ছা জনায়। তেওঁ শিক্ষক আৰু শিক্ষাবিদসকলক জ...