July 22, 2026 11:16 AM

views 47

ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুৱে ভাৰত আৰু মেছিডানিয়াৰ মাজৰ অৰ্থনৈতিক সম্পৰ্ক সম্প্ৰসাৰণ কৰিবলৈ আহ্বান জনাইছে

ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুৱে ভাৰত আৰু মেছিড নিয়াৰ মাজৰ অৰ্থনৈতিক সম্পৰ্ক সম্প্ৰসাৰণ কৰিবলৈ আহ্বান জনাইছে। শ্রীমতী মুর্মুৱে লগতে উভয় দেশৰ ব্যৱসায়ীসকলক ব্যৱসায়ৰ উৰ্ধলৈ গৈ বিনিয়োগ, প্রযুক্তি আৰু উদ্ভাৱন আধাৰিত দুয়ো দেশৰ মাজৰ দীর্ঘকালিন সহযোগিতা সুদৃঢ় কৰিবলৈ কৈছে।  স্কোপজেত ভাৰত উত্তৰ মেছিডানিয়া ব্যৱসায়িক মঞ্চত ভাষণ দি শ্রীমতী মুর্মুৱে কয়, যে ভাৰতীয় ৰাষ্ট্ৰপতিৰ এই প্ৰথম ভ্রমণে দেশখনৰ সৈতে সম্পৰ্ক সুদৃঢ় কৰাৰ প্ৰতি ভাৰতৰ প্ৰতিশ্রুতিবদ্ধতাৰ কথাকে সূচায়। তেওঁ কয়, যে দুয়োখন দেশৰ মাজৰ বৰ্তমানৰ বাণি...