October 11, 2026 10:41 AM

views 7

প্রধানমন্ত্রী ধন ধান্য কৃষি যোজনাৰ এবছৰ সম্পূৰ্ণ

প্রধানমন্ত্রী ধন ধান্য কৃষি যোজনাই আজি এবছৰ সম্পূৰ্ণ কৰিছে। সমগ্ৰ দেশৰ ১০০ খন অভিলাসী কৃষি জিলাৰ কৃষি খণ্ড সুদৃঢ় কৰাৰ উদ্দেশ্যে যোৱা বছৰৰ আজিৰ দিনটোতে এই আঁচনিখন আৰম্ভ কৰা হৈছিল। আমাৰ সংবাদদাতাই প্ৰকাশ কৰা মতে, জিলা ভিত্তিক কৃষি আৱশ্যকতা পূৰণ কৰাৰ উদ্দেশ্যে এই আঁচনিৰ জৰিয়তে ১১টা মন্ত্ৰ্যালয় আৰু বিভাগৰ ৩৬ খন কেন্দ্ৰীয় আঁচনিক ৰাজ্য চৰকাৰৰ আঁচনিৰ সৈতে একত্ৰিত কৰা হৈছে আৰু ব্যক্তিগত খণ্ডৰ অংশগ্ৰহণ নিশ্চিত কৰা হৈছে। কেন্দ্রীয় মন্ত্রী সভা অনুমোদনৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা বছৰ ১১ অক্টোবৰ...