October 27, 2026 12:03 PM
2
প্রবোধ চন্দ্ৰ শৰ্মা স্মাৰক ন্যাসৰ উদ্যোগত অংগদানৰ সজাগতা শীৰ্ষক সজাগতা কাৰ্যসূচী অনুষ্ঠিত
প্রবোধ চন্দ্ৰ শৰ্মা স্মাৰক ন্যাসৰ উদ্যোগত কালি অংগদানৰ সজাগতা শীৰ্ষক এটা সজাগতা কাৰ্যসূচী অনুষ্ঠিত হয়। গুৱাহাটীৰ দিছপুৰৰ লাষ্ট গেটত অৱস্থিত লোক নিৰ্মাণ বিভাগৰ কনভেনছন চেণ্টাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এই কাৰ্যসূচীত অংগ আৰু চকু দানৰ গুৰুত্ব সম্পৰ্কে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰা, প্রচলিত ভুল ধাৰণাসমূহ দূৰ কৰা আৰু অংগদানৰ জৰিয়তে আনৰ জীৱন ৰক্ষা তথা দৃষ্টি শক্তি ঘূৰাই অনাৰ সম্ভাৱনাৰ বিষয়ে জনসাধাৰণক উৎসাহিত কৰাই এই কাৰ্যসূচীৰ মূল উদ্দেশ্য। অনুষ্ঠানত বিশিষ্ট চকু চিকিৎসক তথা অসম বৈভব সন্মানেৰে সন্মান...