August 8, 2026 12:34 PM

views 26

স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ৰাজ্য চৰকাৰৰ আৰক্ষী প্রশাসনত ব্যাপক সালসলনি

স্বাধীনতা দিৱসৰ প্ৰাক ক্ষণত কালি ৰাজ্য চৰকাৰৰ আৰক্ষী প্রশাসনত ব্যাপক সালসলনি কৰা হয়। গৃহ বিভাগে জাৰি কৰা এটা নির্দেশনা অনুসৰি অসম আৰক্ষীৰ কেইবাগৰাকীও শীর্ষ পৰ্যায়ৰ বিষয়াক নতুন দায়িত্ব অর্পণ কৰা হৈছে। সেই অনুসৰি বিশেষ শাখাৰ উপ-আৰক্ষী মহাপৰিদৰ্শক ৰত্না সিংহক পদোন্নতিসহ বিশেষ শাখাৰ আৰক্ষী মহাপৰিদৰ্শক হিচাপে নিযুক্তি দিয়া হৈছে। আনহাতে বিশেষ শাখাৰ পূৰ্বৰ আৰক্ষী মহাপৰিদৰ্শক কংকনজ্যোতি শইকীয়াক যোৰহাটৰ পূব মণ্ডলৰ আৰক্ষী মহাপৰিদৰ্শক হিচাপে বদলি কৰা হৈছে। বঙাইগাঁৱৰ পশ্চিম মণ্ডলৰ বিজয়গিৰি কুলীগামক বিটিএডিৰ...