August 19, 2026 11:41 AM

views 1

দেশজুৰি পৰিয়ালসমূহক পি এন জি সংযোগ প্ৰদানৰ বাবে কেন্দ্ৰীয় চৰকাৰে এটা উদগণিমূলক আঁচনিত অনুমোদন

দেশজুৰি পৰিয়ালসমূহক নিৰাপদ, স্বচ্ছ আৰু সুলভ মূল্যৰ ৰন্ধন গেছ পাইপযোগে যোগানৰ লক্ষ্যৰে ঘৰুৱা পি এন জি সংযোগ প্ৰদানৰ বাবে কেন্দ্ৰীয় চৰকাৰে এটা উদগণিমূলক আঁচনিত অনুমোদন জনাইছে। অহা ১ ছেপ্তেম্বৰৰ পৰা এই আঁচন কাৰ্যকৰী হ'ব। পেট্ট’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে সক্রিয়া পি এন জি সংযোগ ব্যৱস্থা দ্রুতভাৱে কাৰ্যকৰী কৰাৰ বাবে আৰু অধিক সংখ্যক পৰিয়ালে শীঘ্ৰে নিজৰ পাকঘৰত পাইপযুক্ত প্রাকৃতিক গেছ ব্যৱহাৰ কৰিব পৰাকৈ এই আঁচনিখন ৰূপায়ণ কৰা হ'ব। সম্প্ৰতি সমগ্ৰ দেশত ১ কোটি ৭৪ লাখ ঘৰুৱা পি এন...