June 17, 2026 12:16 PM

views 15

মঙলদৈ আৰু তেজপুৰত পাইপযুক্ত প্রাকৃতিক গেছৰ যোগান প্রকল্প তথা CNG প্রকল্প উদ্বোধন

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কালি মঙলদৈ আৰু তেজপুৰত পাইপযুক্ত প্রাকৃতিক গেছৰ যোগান প্রকল্প তথা উহানি পথাৰ আৰু গৰৈমাৰীত দুটা CNG প্রকল্প ভার্চুবেল ব্যৱস্থাৰে উদ্বোধন কৰে। জনসাধাৰণক নিৰাপদ আৰু স্বচ্ছভাবে ইন্ধন যোগানৰ বাবে এই পদক্ষেপ লোৱা হৈছে। অসম গেছ কোম্পানী লিমিটেড আৰু অইল ইণ্ডিয়া লিমিটেডৰ যুটীয়া উদ্যোগত গঠিত উত্তৰ-পূব গেছ বিতৰণ কোম্পানী লিমিটেডে এই গেছ যোগানৰ আন্তঃগাঁথনি নির্মাণ কৰিছে। অনুষ্ঠানত দিয়া ভাষণত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কয়, যে অসমৰ জনসাধাৰণৰ সুবিধা হোৱাকৈ শক্তি খণ্...