July 11, 2026 10:17 AM

views 30

নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী খ্ৰীষ্টফাৰ লাকছনৰ প্রধানমন্ত্রী মোদীক বিমান বন্দৰত আদৰণি

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে তিনিখন ৰাষ্ট্র ভ্রমণৰ তৃতীয় তথা অন্তিম পর্যায়ত দুদিনীয়া কাৰ্যসূচীৰে কালি নিউজিলেণ্ডৰ অকলেণ্ডত উপস্থিত হৈছে। ইয়াৰ পূর্বে প্রধানমন্ত্রীগৰাকীয়ে অষ্ট্ৰেলিয়া আৰু ইণ্ডোনেছিয়া ভ্রমণ কৰিছিল। নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী খ্ৰীষ্টফাৰ লাকছনে প্রধানমন্ত্রী মোদীক বিমান বন্দৰত আদৰণি জনায়। দেশখনত থকা ভাৰতীয় মূলৰ লোকসকলে প্রধানমন্ত্রী শ্রী মোদীৰ আগমনত উল্লাখিত হয় আৰু তেওঁক আদৰণি জনায়। প্রধানমন্ত্রী শ্রী মোদীয়ে নিউজিলেণ্ডত থকা ভাৰতীয় সম্প্রদায়ৰ লোকসকলে চহকী ভাৰতীয় সাংস্কৃতিক ঐতিহ্য সংৰক...