November 16, 2024 10:46 AM

views 43

ছদিনীয়া ভ্রমনসূচীৰে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নাইজেৰিয়া, ব্রাজিল আৰু গায়ানা ভ্ৰমণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি ছদিনীয়া ভ্রমনসূচীৰে নাইজেৰিয়া, ব্রাজিল আৰু গায়ানালৈ যাব। তিনিখন দেশ ভ্ৰমণৰ প্ৰথম কাৰ্যসূচী হিচাপে তেও আজি নাইজেৰিয়াত উপস্থিত হ'বগৈ। ৰাষ্ট্ৰপতি বোলা আহমেদ টিনুবুৰ আমন্ত্রণমৰ্মে প্ৰধানমন্ত্ৰী গৰাকী নাইজেৰিয়ালৈ যাব। উল্লেখ্য যে ১৭ বছৰৰ পাছত ভাৰতৰ কোনো এগৰাকী প্ৰধানমন্ত্ৰীয়ে নাইজেৰিয়া ভ্ৰমণ কৰিব। ভ্ৰমণৰ সময়ছোৱাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশখনৰ শীৰ্ষ নেতৃত্বৰ সৈতে দুয়োখন দেশৰ মাজৰ কৌশলগত অংশীদাৰিত্বৰ পৰ্যালোচনা কৰাৰ লগতে দ্বিপাক্ষিক সম্পর্ক বৃদ্ধিৰ সন্দৰ...

October 11, 2024 10:51 AM

views 55

ভিয়েণ্টিয়ানত হ’বলগীয়া উনবিংশ পূব এছিয়া শীর্ষ সন্মিলনত ভাগ ল’ব প্ৰধানমন্ত্ৰীয়ে

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি লাওৰ ৰাজধানী ভিয়েণ্টিয়ানত হ'বলগীয়া উনবিংশ পূব এছিয়া শীর্ষ সন্মিলনত ভাগ ল'ব। বিশ্বৰ আগশাৰীৰ নেতাসকলৰ এই মঞ্চই অঞ্চলটোত কৌশলগত আস্থাৰ বাতাবৰণ গঢ়ি তোলাৰ ক্ষেত্ৰত অৱদান আগবঢ়ায় আৰু অংশগ্ৰহণকাৰী ৰাষ্ট্ৰসমূহক আঞ্চলিক গুৰুত্বৰ বিভিন্ন বিষয় লৈ মত- বিনিময়ৰ সুযোগ প্ৰদান কৰে। পূৱ এছিয়া শীৰ্ষ সন্মিলনত ১০খন আছিয়ান ৰাষ্ট্ৰৰ উপৰি আঠখন অংশগ্ৰহণকাৰী দেশ ক্রমে অস্ট্রেলিয়া, চীন, ভাৰত, জাপান, দক্ষিণ কোৰিয়া, নিউজিলেণ্ড, ৰাছিয়া আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ অন্তৰ্ভুক্ত। টিমো...

September 21, 2024 10:24 AM

views 60

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তিনি দিনীয়া ভ্ৰণসূচীৰে আমেৰিকালৈ যাত্ৰা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তিনি দিনীয়া ভ্ৰণসূচীৰে আজি আমেৰিকালৈ যাব। এই ভ্ৰমণকালত শ্ৰী মোদীয়ে কেইবালানিও উচ্চস্তৰীয় বৈঠক আৰু আলোচনাত মিলিত হ'ব। ৱাশ্বিংটনৰ ডেলাৱেৰত কোৱাড ৰাষ্ট্ৰগোষ্ঠীৰ নেতাসকলৰ চতুৰ্থ শীৰ্ষ সন্মিলনত অংশগ্রহণেৰে শ্ৰী মোদীয়ে তেওঁৰ এই ভ্ৰমণৰ পাতনি মেলিব। সন্মিলনত জলবায়ু পৰিৱৰ্তনৰ পৰা আৰম্ভ কৰি জটিল প্রযুক্তি আদি সামৰি বিভিন্ন বিষয় সন্দৰ্ভত আলোচনা হোৱাৰ সম্ভাৱনা আছে। প্রধানমন্ত্ৰী মোদীয়ে লগতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ' বায়ডেন আৰু কোৱাড ৰাষ্ট্ৰগোষ্ঠীৰ অন্যান্য নেতাস...

September 2, 2024 6:10 PM

views 60

তিনিদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে প্রধানমন্ত্ৰী কাইলৈ ব্ৰুনেই আৰু ছিংগাপুৰলৈ ৰাওনা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তিনিদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে কাইলৈ ব্ৰুনেই আৰু ছিংগাপুৰলৈ ৰাওনা হ'ব। নতুন দিল্লীত আজি সংবাদ মাধ্যমৰ আগত পূবৰ দায়িত্বত থকা সচিব জয়দ্বীপ মজুমদাৰে ভাৰতীয় প্ৰধানমন্ত্ৰীৰ এয়াই প্রথম দ্বিপাক্ষিক ব্রুনেই যাত্ৰা হ'ব বুলি প্ৰকাশ কৰে। তেওঁ কয় যে, ভাৰত আৰু ব্রুনেইৰ মাজত কূটনৈতিক সম্পৰ্ক স্থাপনৰ ৪০ সংখ্যক বাৰ্ষিকীৰ সময়ত প্রধানমন্ত্রী মোদী দেশখনলৈ যাব। শ্রী মজুমদাৰে কয় যে, ভাৰত এক্ট-ইষ্ট নীতি আৰু ভাৰত প্ৰশান্ত মহাসাগৰীয় দৃষ্টিভংগীৰ ক্ষেত্ৰত ব্রুনেই এটা গুৰুত্বপূৰ্ণ অং...

July 5, 2024 12:14 PM

views 47

অহা ৮ জুলাইত চাৰি দিনীয়া ভ্ৰমণসূচীৰে ৰাছিয়া আৰু অষ্ট্ৰিয়ালৈ ৰাওনা প্রধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ৮ জুলাইত চাৰি দিনীয়া ভ্ৰমণসূচীৰে ৰাছিয়া আৰু অষ্ট্ৰিয়ালৈ ৰাওনা হ'ব। বিদেশ মন্ত্ৰ্যালয়ে কৈছে যে, ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ আমন্ত্ৰণ মৰ্মে ২২ সংখ্যক ভাৰত-ৰাছিয়া সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে শ্ৰী মোদী ৮ জুলাইত মস্কোত উপস্থিত হ'ব। দুয়োগৰাকী নেতাই সাম্প্ৰতিক আঞ্চলিক আৰু পাৰস্পৰিক স্বার্থজৰিত বিভিন্ন বিষয় লৈ আলোচনা কৰিব। তাৰ পাছত প্ৰধানমন্ত্ৰী মোদী ৯ জুলাইত অষ্ট্ৰিয়ালৈ ৰাওনা হ'ব। এয়া হ'ব বিগত ৪১ বছৰত কোনো এগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰীৰ প্ৰথমটো অষ্ট্...

April 30, 2024 11:01 AM

views 62

কাইলৈৰ পৰা দুদিনীয়া ভ্রমণসূচীৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গুজৰাট ভ্ৰমণ

বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈৰ পৰা দুদিনীয়া ভ্রমণসূচী লৈ গুজৰাটলৈ যাব। শ্রীমোদীয়ে এই ভ্রমণসূচীৰ কালছোৱাত গুজৰাটৰ ১১টা লোকসভা সমষ্টি সামৰি ৬খন ৰাজহুৱা সভাত ভাষণ দিব। ইফালে কাইলৈ গুজৰাটৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে প্রধানমন্ত্ৰীগৰাকী বানাছকান্থাৰ ডিছা আৰু ছাবৰকান্থাৰ হিম্মতনগৰত অনুষ্ঠিত হ'বলগীয়া দুখন ৰাজহুৱা সভাত ভাষণ দিব। ইয়াৰ উপৰি শ্ৰীমোদীয়ে পৰহিলৈ আনন্দ, খেৰা, সুৰেন্দ্ৰনগৰ, ৰাজকোট, ভাৱনগৰ, জুনাগড়, পোৰবন্দৰ, আমৰেলি আৰু জামনগৰ সমষ্টিৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ...