January 18, 2026 12:32 PM

views 34

নতুন দিল্লীত আজিৰে পৰা প্ৰধানমন্ত্রী বিশ্বকৰ্মা হাট ২০২৬

নতুন দিল্লীৰ দিল্লী হাটত প্ৰধানমন্ত্রী বিশ্বকৰ্মা আঁচনিৰ অধীনত কাৰুশিল্পী আৰু কাৰিকৰসকলৰ বাবে আয়োজন কৰা সুকীয়া প্ৰদৰ্শনী প্ৰধানমন্ত্রী বিশ্বকৰ্মা হাট ২০২৬ আজিৰে পৰা অনুষ্ঠিত হ'ব। অতি ক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ মন্ত্রী জিতেন্দ্র মাঝিয়ে কাৰুশিল্পীসকলৰ উদ্দেশ্যে আয়োজন কৰা এই বিশেষ প্রদর্শনী উদ্বোধন কৰিব। দেশৰ কাৰুশিল্পীসকলৰ চহকী ঐতিহ্যৰ উদযাপন কল্পে আয়োজন কৰা এই প্ৰদৰ্শনীয়ে তেওঁলোকৰ দ্বাৰা নিৰ্মিত সামগ্ৰীসমূহ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ক্রেতা, অংশীদাৰসকল তথা জনসাধাৰণৰ মাজলৈ লৈ যো...