June 27, 2026 11:36 AM
14
তিনিদিনীয়া ভ্রমণসূচীৰে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী ছেচেলছ অভিমুখে ৰাওনা
প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী তিনিদিনীয়া ভ্রমণসূচীৰে আজি ছেচেলছ অভিমুখে ৰাওনা হৈছে। শ্রীমোদীয়ে এই ভ্রমণকালত ছেচেলছৰ ৰাষ্ট্ৰীয় দিৱসৰ সোণালী জয়ন্তীৰ অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে অংশগ্রহণ কৰিব। ২০১৫ চনত তেওঁ শেষবাৰৰ বাবে দেশখন ভ্রমণ কৰিছিল। বৈদেশিক পৰিক্ৰমা ম্যালয়ে জনোৱা মতে এই অনুষ্ঠানত নৌসেনাৰ দুখন জাহাজৰ লগতে ভাৰতীয় প্ৰতিৰক্ষা বাহিনীৰ এটা দলে অংশ ল'ব। ভ্রমণকালত প্রধানমন্ত্রী মোদীয়ে ছেচেলছৰ ৰাষ্ট্ৰপতি ড০ পেট্রিক হামিনীক সাক্ষাৎ কৰি দ্বিপাক্ষিক সহযোগিতাৰ পৰ্যালোচনা কৰাৰ উপৰি পাৰস্পৰিক স্বার্থ সম্...