September 25, 2026 11:15 AM
11
উত্তৰ প্ৰদেশৰ বাৰানসীৰ পৰা গুজৰাটৰ ৱাডনগৰলৈ সেৱা সংকল্প অভিযান
প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ বাৰানসীৰ পৰা গুজৰাটৰ ৱাডনগৰলৈ সেৱা সংকল্প অভিযানৰ অধীনত উলিওৱা সেৱা যাত্ৰাত অংশগ্ৰহণকাৰীসকলৰ সৈতে ভিডিঅ কনফাৰেন্সিংযোগে বাৰ্তালাপ কৰিব। প্ৰধানমন্ত্ৰীৰ সৈতে হোৱা এই বার্তালাপত সেবা যাত্রীসকলে এই যাত্রাত হোৱা অভিজ্ঞতা ভাগ-বতৰা কৰিব পাৰিব। উল্লেখযোগ্য যে যোৱা ১৭ ছেপ্তেম্বৰত আৰম্ভ হোৱা এই সেৱা যাত্রা হৈছে সেবা সংকল্প অভিযানৰ অধীনত প্রধানমন্ত্রী শ্রীমোদীৰ ২৫ বছৰীয়া ৰাজনৈতিক যাত্রাত এক এক আলোকপাত কার্যসূচী। যাত্রীসকলে চহৰ, নগৰ, জিলা আৰু গাঁওসমূহৰ পৰা অংশ...