June 29, 2026 8:38 PM
15
তিনি দিনীয়া চিচেলছ ভ্রমণ সামৰি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ স্বদেশলৈ ৰাওনা
আফ্ৰিকীয় দেশ চিচেলছ আৰু ভাৰতৰ বন্ধুত্বপূর্ণ সম্পৰ্কৰ বাবে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চিচেলছ ভ্ৰমণ অতি গুৰুত্বপূৰ্ণ। সামাজিক মাধ্যমৰ এটা পোষ্টত এই বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে বিগত ৫০ বছৰত দুয়োখন দেশৰ মাজৰ সম্পৰ্কই গভীৰ বিশ্বাস আৰু প্ৰগতিক প্ৰতিফলিত কৰিছে। লগতে সমাগত ৫০ বছৰৰ দুয়োখন দেশৰ সম্পৰ্কই উদ্ভাৱন, বহনক্ষম আৰু সমৃদ্ধিৰ ভাগ বতৰাক প্ৰতিফলিত কৰিব বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। শ্ৰীমোদীয়ে কয়, যে চিচেলছৰ স্বাধীনতাৰ ৫০ বছৰ পূৰ্ণ হোৱাৰ লগত সংগতি ৰাখি আয়োজ...