September 8, 2026 8:12 PM
8
নবছাৰিত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ বিজেপিৰ নৱনির্মিত কার্যালয় উদ্বোধন
প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে নাগৰিক আৰু ৰাজহুৱা প্রতিনিধিসকলক উন্নয়নমূলক আঁচনিৰ লাভ সমাজৰ শেষৰজন ব্যক্তিয়েও লাভ কৰাটো নিশ্চিত কৰাৰ লগতে সামাজিক সেৱা আৰু পৰিস্কাৰ-পৰিচ্ছন্নতাক দৈনিক অভ্যাস কৰি ল'বলৈ আহ্বান জনাইছে। নবছাৰিত আজি বিজেপিৰ নৱনির্মিত কার্যালয় উদ্বোধন কৰাৰ পাছত এখন জনসভাত ভাষণ দি প্রধানমন্ত্রীয়ে এইদৰে আহ্বান জনায়। প্রধানমন্ত্রী স্বনিধি আঁচনিৰ ৰূপান্তৰকাৰী প্ৰভাৱৰ বিষয়ে আলোকপাত কৰি শ্রীমোদীয়ে কয় যে এই আঁচনিখনে ক্ষুদ্র ব্যৱসায় আৰু পদপথৰ ব্যৱসায়ীসকলৰ বাবে বহনক্ষম ঋণ আৰু অত্যাধুনিক ডিজিটেল ...