June 11, 2026 12:21 PM
23
দেশৰ ১৪০ কোটি নাগৰিকৰ আশা-আকাংক্ষা নিশ্চিতভাৱে পূৰণ হ’ব বুলি প্ৰধানমন্ত্ৰীৰ প্ৰকাশ
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, যে দেশৰ ১৪০ কোটি নাগৰিকৰ আশা-আকাংক্ষা নিশ্চিতভাৱে পূৰণ হ'ব। তেওঁ কয়, যে ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা, এন ডি এই সদায়েই ৰাষ্ট্ৰৰ আস্থা অধিক শক্তিশালী কৰি আহিছে। কালি সন্ধিয়া নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত এন ডি এৰ এখন বৈঠকত ভাষণ দি তেওঁ কয়, যে কংগ্ৰেছৰ বিশ্বাসঘাতকতাৰ পাছত দেশৰ জনসাধাৰণে এন ডি এ চৰকাৰক নিজৰ আস্থা অর্পণ কৰিছে। তেওঁ কয়, যে প্ৰথমবাৰৰ বাবে দেশৰ জনসাধাৰণে প্ৰত্যক্ষ কৰিছে যে যেতিয়া এখন চৰকাৰ সঠিক উদ্দেশ্যৰে পৰিচালিত হয়, তেতিয়া উন্নয়নো দ্রু...