October 25, 2026 7:53 PM
2
প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ বাৰানসীৰ নমো ঘাটত উয়িং অভাৰ গংগেজ শীৰ্ষক বিমানৰ উৰণ কৌশল প্ৰদৰ্শনৰ বিশাল অনুষ্ঠানৰ কাৰ্যসূচীত অংশগ্ৰহণ
প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি বাৰানসীৰ নমো ঘাটত উয়িং অভাৰ গংগেজ শীৰ্ষক বিমানৰ উৰণ কৌশল প্ৰদৰ্শনৰ বিশাল অনুষ্ঠানৰ তৃতীয় তথা অন্তিম দিনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। ভাৰতীয় বায়ুসেনাৰ ৯৪ সংখ্যক বার্ষিকী উপলক্ষে আয়োজিত এই অনুষ্ঠানত প্ৰধানমন্ত্ৰীগৰাকীয়ে মুখ্য অতিথি হিচাপে উপস্থিত থাকে। অনুষ্ঠানত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথ উপস্থিত থাকে। উল্লেখযোগ্য যে নমো ঘাটত আয়োজিত বায়ুসেনা দিৱস উৰণ কৌশল প্রদর্শন, ২০২৬ অনুষ্ঠানৰ জৰিয়তে বায়ুসেনা বাহিনীৰ সাহস তথা শৌর...