June 27, 2026 10:29 PM

views 12

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৩ দিনীয়া ভ্ৰমণসূচীৰে চিচিলিত উপস্থিত

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৩ দিনীয়া ভ্ৰমণসূচীৰে চিচিলিত উপস্থিত হৈছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত শ্রীমোদীয়ে বিমানবন্দৰত চিচিলিৰ ৰাষ্ট্ৰপতি ড° পেট্রিক হাৰমিনিয়ে জনোৱা উষ্ম আদৰণিক ভূয়সী প্ৰশংসা কৰে।  বাৰ্তাটোত প্ৰধানমন্ত্ৰী মোদীয়ে কয়, যে ভাৰত মহাসাগৰীয় অঞ্চলসমূহত চিচিলি ভাৰতৰ বাবে এক মূল্যবান সামুদ্রিক অংশীদাৰ আৰু অন্তৰংগ বন্ধু। তেওঁ লগতে কয়, যে দুয়োখন দেশৰ জনসাধাৰণৰ কল্যানৰ বাবে ভাৰত আৰু চিচিলিৰ দীৰ্ঘদিনীয়া সম্পর্ক অধিক সূদৃঢ় হ'ব। বাৰ্তাটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিম...