January 12, 2025 6:42 PM

views 46

ৰাষ্ট্ৰীয় যুৱ দিৱস উপলক্ষে বিকশিত ভাৰত যুৱ নেতা আলোচনা,২০২৫ ত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অংশগ্ৰহণ

ৰাষ্ট্ৰীয় যুৱ দিৱস উপলক্ষে নতুন দিল্লীত অনুষ্ঠিত হোৱা বিকশিত ভাৰত যুৱ নেতা আলোচনা,২০২৫ ত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰিছে। শ্ৰী মোদীয়ে অনুষ্ঠানত এখন প্ৰদৰ্শনী পৰিদৰ্শন কৰি যুৱ নেতাসকলৰ সৈতে মত বিনিময় কৰে। তেওঁলোকে প্রধানমন্ত্ৰীৰ আগত বিকশিত ভাৰতৰ বাবে তেওঁলোকৰ দৃষ্টিভংগীৰ উপস্থাপন প্রদর্শন কৰিছে। এই উপস্থাপনসমূহে ভাৰতৰ কিছুমান অতি জৰুৰী প্ৰত্যাহ্বানৰ মোকাবিলা কৰিবলৈ উদ্ভাৱনীমূলক ধাৰণা আৰু সমাধানসমূহ প্ৰতিফলিত কৰে। ৰাষ্ট্ৰৰ ভৱিষ্যত নেতাসকলক অনুপ্রাণিত, প্ৰেৰণা আৰু সবলীকৰণৰ বাবে প্ৰ...

January 12, 2025 11:10 AM

views 179

বিকশিত ভাৰত যুৱ আলোচনা দেশৰ যুৱ প্ৰজন্মক ৰাষ্ট্ৰৰ বিকাশ যাত্ৰাত অন্তৰ্ভুক্ত কৰাৰ এটা অনন্য উদ্যম বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উল্লেখ

বিকশিত ভাৰত যুৱ আলোচনা দেশৰ যুৱ প্ৰজন্মক ৰাষ্ট্ৰৰ বিকাশ যাত্ৰাত অন্তৰ্ভুক্ত কৰাৰ এটা অনন্য উদ্যম বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উল্লেখ কৰিছে। কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া ৰাজ্য মন্ত্ৰী ৰক্ষা খড়ছেই ৰাষ্ট্ৰীয় যুৱ উৎসৱ ২০২৫ আৰু বিকশিত ভাৰত যুৱ নেতা আলোচনা সন্দৰ্ভত লিখা এখন পত্র বিনিময় কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি কয়, যে বিকশিত ভাৰতৰ সপোন বাস্তবায়িত কৰাৰ বাবে যুৱক-যুৱতীসকলৰ শক্তি, সৃজনশীলতা আৰু নেতৃত্বক দিশ প্ৰদান কৰাই এই আলোচনাৰ মূল উদ্দেশ্য। প্রধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় ...