September 18, 2026 11:36 AM

views 1

বিশ্বৰ বাবে ছেমি কণ্ডাক্টৰ নিৰ্মাণৰ নিৰ্ভৰযোগ্য কেন্দ্ৰ হিচাপে ভাৰতে নিজকে প্ৰস্তুত কৰি তুলিছে বুলি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ মন্তব্য

যোগান শৃংখলাক অস্ত্র হিচাপে ব্যৱহাৰৰ ক্ৰমবর্ধমান মানসিকতাৰ মাজত বিশ্বৰ বাবে ছেমি কণ্ডাক্টৰ নিৰ্মাণৰ নিৰ্ভৰযোগ্য কেন্দ্ৰ হিচাপে ভাৰতে নিজকে প্রস্তুত কৰি তুলিছে বুলি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰিছে। নতুন দিল্লীৰ যশোভূমিত কালি ছেমিকন ইণ্ডিয়া সন্মিলন আৰু প্ৰদৰ্শনীৰ পঞ্চম সংস্কৰণ মুকলি কৰি শ্রীমোদীয়ে এইদৰে মন্তব্য কৰে। তেওঁ কয় যে গুৰুত্বপূৰ্ণ উদ্যোগৰ ক্ষেত্ৰত ভাৰতৰ উত্থানে গোলকীয় যোগান শৃংখলা সুদৃঢ় কৰিব আৰু বিশ্বৰ বিভিন্ন প্রান্তত দেখা দিয়া যোগান শৃংখলাৰ প্ৰত্যাহ্বান মাজত নতুন সুযোগৰ সৃষ্...