September 13, 2026 7:41 PM

views 12

বৰ্তমানৰ পৰস্পৰ নিৰ্ভৰশীল বিশ্বত কোনো বিপর্যয়ে অকল এটা অঞ্চলত সীমাবদ্ধ হৈ নাথাকে বুলি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ মন্তব্য

মহামাৰী, জলবায়ু বিপর্যয় আৰু যোগান শৃংখলাৰ বাধাৰ পৰা বৰ্তমানৰ পৰম্পৰ নিৰ্ভৰশীল বিশ্বত কোনো বিপর্যয়ে যে মাত্র এটা অঞ্চলত সীমাবদ্ধ হৈ নাথাকে সেয়া স্পষ্ট হৈ পৰা বুলি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰিছে। নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত অষ্টাদশ ব্রীকচ শীর্ষ সন্মিলনৰ মুকলি অধিবেশনত ভাষণ দি প্রধানমন্ত্রীয়ে আজি এইদৰে প্ৰকাশ কৰে। তেওঁ কয়, যে ব্রীকচ ৰাষ্ট্ৰসমূহে এনেধৰণৰ স্থিতিৰ কথা বিবেচনা কৰিয়ে ৰাষ্ট্ৰগোষ্ঠীটোৰ মাজত স্থিতিস্থাপক আৰু বিপৰ্যয়ৰ সন্মুখীন হোৱাৰ সামৰ্থ বৃদ্ধিত গুৰুত্ব আৰোপ কৰি আহিছে...