June 28, 2026 8:29 PM

views 13

জলবায়ু সম্বন্ধীয় কাম-কাজসমূহ নিৰপেক্ষতা, দায়িত্বশীল আৰু সমতাৰে আগবঢ়াই নিব লাগিবঃ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি কয় যে জলবায়ু সম্বন্ধীয় কাম-কাজসমূহ নিৰপেক্ষতা, দায়িত্বশীল আৰু সমতাৰে আগবঢ়াই নিব লাগিব। চিচিলিৰ ৰাষ্ট্ৰীয় সদনত ভাষণ প্রদান কৰি শ্রীমোদীয়ে জলবায়ু সুৰক্ষাৰ ক্ষেত্ৰত ইয়াকে মূল বিষয় বুলি অভিহিত কৰে। শ্রীমোদী ভাষণ প্রসঙ্গত কয় যে ভাৰত আৰু চিচিলিয়ে এনে এখন উন্নত বিশ্বৰ আশা কৰে, যত আন্তঃৰাষ্ট্ৰীয় প্রতিষ্ঠানসমূহে বাস্তৱতাক প্রতিফলিত কৰে।  ভাৰত মহাসাগৰৰ বাবে ভাৰতৰ দৃষ্টিভংগীৰ ক্ষেত্ৰত চিচিলিয়ে সদায় এক বিশেষ স্থান অধিকাৰ কৰি আছে বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে চিচিলিৰ এ...