June 20, 2026 10:50 PM
10
বিভিন্ন কল্যানমূলক আঁচনি আৰু সজাগতামূলক পদক্ষেপৰ দ্বাৰা নিজকে সৱল কৰি জনজাতীয় সম্প্ৰদায়সমূহে দেশৰ উন্নয়ন যাত্ৰাৰ সক্ৰিয় অংশগ্ৰহণকাৰী হিচাপে আত্মপ্ৰকাশ কৰিছেঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন কল্যানমূলক আঁচনি আৰু সজাগতামূলক পদক্ষেপৰ দ্বাৰা নিজকে সৱল কৰি জনজাতীয় সম্প্রদায়সমূহে দেশৰ উন্নয়ন যাত্ৰাৰ সক্ৰিয় অংশগ্ৰহণকাৰী হিচাপে আত্মপ্ৰকাশ কৰিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। ওডিশাৰ ময়ুৰভঞ্জ জিলাৰ ৰায়ৰংপুৰত মোহন চৰণ মাঝিৰ নেতৃত্বৰ ৰাজ্য চৰকাৰখনৰ দুবছৰীয়া কাৰ্যকাল পূৰ্ণ হোৱা উপলক্ষে আয়োজিত এখন জনসভাত অংশগ্ৰহণ কৰি শ্ৰীমোদীয়ে কয় যে দশক দশক জুৰি জনজাতীয় লোকসকলে সন্মুখীন হৈ অহা বঞ্চনাৰ স্থান বৰ্তমান শিক্ষা, স্বাস্থ্য, জীৱিকা আৰু সামাজিক প্...