June 14, 2026 8:10 PM

views 11

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’ৰ ফ্ৰান্সৰ নাইচত  প্রতিনিধি পৰ্যায়ৰ আলোচোনাত অংশগ্ৰহণ

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'ই ফ্ৰান্সৰ নাইচত ঐতিহাসিক ভিলা কেৰিল'ছত প্রতিনিধি পৰ্যায়ৰ আলোচোনাত অংশগ্রহণ কৰে। এই আলোচনাত দুয়োখন দেশৰ মাজত বাণিজ্য, প্রযুক্তি, প্ৰতিৰক্ষাকে ধৰি বিশেষ গোলকীয় কৌশলগত মিত্রতা সম্প্ৰসাৰিত কৰা সন্দৰ্ভত আলোচনা কৰা হয়। ইয়াৰ পূৰ্বে দুয়োগৰাকী নেতাই যুটীয়াভাৱে আজি ফ্ৰান্সৰ নাইচত পালাইছ ডেচ এক্সপ'জিচনছত ভাৰত ইনোভেটছ কাৰ্যসূচী মুকলি কৰে। এই উল্লেখযোগ্য পদক্ষেপৰ জৰিয়তে ষ্টার্টআপ পৰিবেশতন্ত্র আৰু অন্বেষণ সম্প্ৰসাৰণ কৰাত ভাৰতৰ ক্ষীপ্ৰ অগ্রগতি...