November 3, 2024 8:27 PM

views 54

ভাৰতৰ নিষ্ঠাপূর্ণ আৰু অভিনৱ প্ৰয়াসৰ বাবেই যক্ষ্মা ৰোগত আক্ৰান্ত লোকৰ সংখ্যা হ্ৰাস পাইছেঃ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, ভাৰতৰ নিষ্ঠাপূর্ণ আৰু অভিনৱ প্ৰয়াসৰ বাবেই যক্ষ্মা ৰোগত আক্ৰান্ত লোকৰ সংখ্যা হ্ৰাস পাইছে। এই ক্ষেত্ৰত দেশৰ প্ৰগতিৰ প্ৰশংসা কৰি শ্ৰীমোদীয়ে আজি সামাজিক মাধ্যমযোগে কয় যে, চৰকাৰে সমূহীয়া ভাৱনাৰে যক্ষ্মামুক্ত ভাৰতৰ হকে কাম কৰি যাব। তেওঁ কয় যে, চৰকাৰ যক্ষ্মামুক্ত ভাৰত গঢ়ি তোলাৰ প্ৰতিশ্ৰুতিত অটল হৈ আছে। বিশ্ব স্বাস্থ্য সংস্থাই প্ৰকাশ কৰা মতে, ভাৰতত ২০১৫ ৰ পৰা ২০২৩ বৰ্ষলৈ যক্ষ্মা ৰোগৰ ঘটনা ১৭.৭ শতাংশ হ্ৰাস পাইছে। এই হাৰ যক্ষ্মা ৰোগী হ্ৰাস পোৱা ৮.৩ শতাংশৰ গোলক...