May 20, 2024 6:43 PM

views 39

কংগ্ৰেছে সময়ে সময়ে ভাৰতীয় সংবিধানক অৱমাননা কৰা বুলি দোষাৰোপ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

প্রধানমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে সময়ে সময়ে ভাৰতীয় সংবিধানক অৱমাননা কৰা বুলি কংগ্ৰেছক দোষাৰোপ কৰিছে। দূৰদৰ্শনত দিয়া এটা আছুতীয়া সাক্ষাৎকাৰত শ্ৰী মোদীয়ে কয় যে তেওঁ বি আৰ আম্বেদকাৰ আৰু সাংবিধানিক কমিটীৰ আন সদস্যসকলক লৈ এনে এখন সংবিধান প্ৰস্তুত কৰাৰ বাবে সন্মান জনাইছে, যিখনে এজন চাহ বিক্রেতাকো দেশৰ প্ৰধানমন্ত্ৰী হোৱাৰ সুযোগ প্ৰদান কৰিছে। প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰ চলোৱাৰ ক্ষেত্ৰত সংবিধানে মাৰ্গদৰ্শক হিচাপে কাম কৰে। তেওঁ কয় যে দেশৰ পূব দিশত থকা ৰাজ্যসমূহ- ওড়িশা, ঝাৰ...