July 5, 2026 8:39 PM
8
প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ আসন্ন ইণ্ডোনেছিয়া ভ্রমণ দুয়োদেশৰ মাজত অর্থনৈতিক বিনিময় শক্তিশালী হোৱাৰ সম্ভাৱনা আছে
প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ কাইলৈৰ পৰা ইণ্ডোনেছিয়া ভ্রমণে ভাৰত আৰু ইণ্ডোনেছিয়াৰ মাজৰ সম্পর্ক অধিক শক্তিশালী কৰাৰ লগতে পাৰস্পৰিক সহযোগিতাৰ ক্ষেত্ৰত নতুন অধ্যায়ৰ সূচনা কৰিব। ইণ্ডোনেছিয়াস্থিত ভাৰতীয় ৰাষ্ট্রদূত সন্দীপ চক্ৰৱৰ্তীয়ে জাকার্টাত আকাশবাণীৰ সৈতে হোৱা সাক্ষাৎকাৰত এই বিষয়ে প্রকাশ কৰে। তেওঁ কয়, যে সোমবাৰৰ পৰা ৮ জুলাইলৈকে প্রধানমন্ত্রী মোদীৰ ইণ্ডোনেছিয়া ভ্রমণকালত দুয়োদেশৰ মাজত অর্থনৈতিক বিনিময় শক্তিশালী হ'ব পৰাকৈ ন ন ক্ষেত্ৰ মুকলি হোৱাৰ সম্ভাৱনা আছে। তেওঁ কয়, যে সম্প্রতি ৩০ বিলিয়ন ডলাৰৰ বাণিজ...