July 11, 2026 10:10 AM

views 23

অকলেণ্ডত প্রতিনিধি পর্যায়ৰ বৈঠকত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ অংশগ্ৰহণ

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে নিউজিলেণ্ডৰ প্রধানমন্ত্রী খ্ৰীষ্ট'ফাৰ লাকছনৰ সৈতে অকলেণ্ডত প্রতিনিধি পর্যায়ৰ বৈঠকত অংশগ্ৰহণ কৰিছে। দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সম্পৰ্কৰ সকলোবোৰ দিশত আলোকপাত কৰাৰ লগতে বিগত দুবছৰত বাণিজ্য আৰু উদ্যোগ তথা প্ৰতিৰক্ষা ক্ষেত্ৰত হোৱা উল্লেখনীয় অগ্ৰগতিৰ বিষয়ে পর্যালোচনা কৰিব। বৈঠকৰ আৰম্ভণিতে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কয়, যে তেওঁৰ এই ভ্রমণে ভাৰত আৰু নিউজিলেণ্ডৰ মাজত দ্বিপাক্ষিক সম্পৰ্কৰ ক্ষেত্ৰত ঐতিহাসিক মাইলৰ খুঁটি ৰূপে পৰিগণিত হৈছে আৰু ইয়ে দেশ দুখনৰ মাজৰ সম্পৰ্কত নতুন ...