June 16, 2026 12:52 PM
21
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক শ্লোভাকিয়াৰ সৰ্বোচ্চ অসামৰিক সন্মানেৰে সন্মানিত
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক শ্লোভাকিয়াৰ সৰ্বোচ্চ অসামৰিক সন্মানেৰে সন্মানিত কৰা হৈছে। দেশখনৰ ৰাষ্ট্ৰপতি পিটাৰ পেলেগ্রীণিয়ে কালি প্ৰধানমন্ত্ৰীগৰাকীক ডি অৰ্ডাৰ অব দ্যা হোৱাইট ডাবল ক্ৰছ, ফাৰ্ষ্ট ক্লাছ নামৰ এই বঁটাৰে সন্মানিত কৰে। বঁটা গ্ৰহণ কৰি শ্ৰী মোদীয়ে দেশখনৰ ৰাষ্ট্ৰপতি, চৰকাৰ আৰু জনসাধাৰণলৈ ধন্যবাদ জ্ঞাপন কৰাৰ লগতে প্রধানমন্ত্ৰীয়ে তেওঁৰ ভাষণত কৃত্রিম বুদ্ধিমত্তাৰ ক্ষেত্ৰত দেশখনৰ সৈতে হোৱা বুজাবুজিৰ বিষয়ে উল্লেখ কৰে। প্রধানমন্ত্রী শ্রী মোদীয়ে কয়, যে এয়া ১৪০ কোটি ভাৰতীয়লৈ শ্লোভাকিয়াই...