June 14, 2026 10:42 AM

views 15

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী ফ্রান্স আৰু শ্ল’ভাকিয়া ভ্ৰমণৰ প্ৰথম পৰ্যায়ত ফ্ৰান্সৰ নিছত উপস্থিত

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী ফ্রান্স আৰু শ্ল'ভাকিয়া ভ্রমণৰ প্ৰথম পৰ্যায়ত ফ্ৰান্সৰ নিছত উপস্থিত হৈছে। এই ভ্ৰমণৰ সময়ছোৱাত প্ৰধানমন্ত্ৰীয়ে ফ্রান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'ৰ সৈতে আলোচনাত মিলিত হ'ব আৰু যৌথভাৱে ভাৰত ইন'ভেটছ মুকলি কৰিব। প্রধানমন্ত্রীয়ে জি-ছেভেন শীর্ষ সন্মিলনত অংশগ্ৰহণ কৰিব। শ্রীমোদী নিছত উপস্থিত হোৱাৰ লগে লগে হোটেল নেগ্রেছকোত প্রবাসী ভাৰতীয়সকলে তেওঁক সম্বর্ধনা জনায়। প্রধানমন্ত্রীৰ সন্মানার্থে ফৰাচী আৰু ইটালীৰ শিল্পীসকলে কথক, ওডিচী আৰু ভাৰতনাট্যম নৃত্য প্রদর্শন কৰে। ভাৰতীয় সময়ৰ অনুসৰি...