June 28, 2026 8:19 PM

views 24

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীক পৰিবেশ সুৰক্ষা আৰু বহনক্ষম উন্নয়নৰ ক্ষেত্ৰত লোৱা নেতৃত্বৰ বাবে চিচিলিৰ সৰ্বোচ্চ সন্মান গার্ডিয়ান অব দা ব্লু হৰিজন প্ৰদান

তিনিদিনীয়া ভ্রমণসূচীৰে চিচিলিলৈ যোৱা প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীক আজি পৰিবেশ সুৰক্ষা আৰু বহনক্ষম উন্নয়নৰ ক্ষেত্ৰত দ্বীপ ৰাষ্ট্ৰখনৰ সৰ্বোচ্চ সন্মান গার্ডিয়ান অব দা ব্লু হৰিজন প্ৰদান কৰা হয়। চিচিলিৰ ৰাষ্ট্ৰপতি ড০ পেট্রিক হার্মিনীয়ে প্রধানমন্ত্রী মোদীক এই সন্মান প্রদান কৰে। প্রধানমন্ত্রী মোদীয়ে উন্নয়নশীল ৰাষ্ট্ৰসমূহত সেউজ আন্দোলনৰ লগতে অর্থনৈতিক উন্নয়ন, জলবায়ু সুৰক্ষা, সামুদ্রিক সম্পদৰ ব্যৱহাৰ আৰু সৰু দ্বীপৰাষ্ট্ৰসমূহৰ উন্নয়নৰ উচ্চাকাংক্ষাৰ পূৰণত নেতৃত্ব লোৱাৰ বাবে তেওঁক এই সন্মানৰ বাবে বিবেচনা কৰ...