June 21, 2026 6:11 PM

views 17

ভাৰতবৰ্ষ, জাহাজ নির্মাণ খণ্ডত নতুন দৃষ্টিভংগীৰ দিশে অগ্ৰসৰ হৈছে বুলি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ মন্তব্য

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কয়, যে ভাৰতবৰ্ষ, জাহাজ নির্মাণ খণ্ডত নতুন দৃষ্টিভংগীৰ দিশে অগ্ৰসৰ হৈছে। থলুৱাভাবে নির্মিত আই এন এছ ডুনাগিৰি, আই এন এছ অগ্রয় আৰু আই এন এছ সংশোধক নামৰ জাহাজকেইখন আজি কলকাতাত আয়োজিত এটা অনুষ্ঠানত ভাৰতীয় নৌ সেনাৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰি তেওঁ এইদৰে কয়। সমুদ্র পথৰ অভিযান শক্তিশালী কৰি তোলা, সামুদ্রিক জৰীপ আৰু ছাবমেৰিণৰ আক্ৰমণ প্রতিহত কৰাৰ লক্ষ্যৰে নৌ সেনাৰ যুদ্ধ জাহাজৰ আৰ্হি প্ৰস্তুতকৰণ ব্যুৰোৱে আৰ্হি প্ৰস্তুত কৰা এই জাহাজকেইখন Garden Reach Shipbuilders and Engineer...