July 26, 2026 10:26 AM

views 4

বিকশিত ভাইব্রেন্ট ভিলেজ কাৰ্যসূচী ২০২৬ৰ অংশগ্ৰহণকাৰীসকলৰ সৈতে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ মত বিনিময়

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি বিয়লি ৪-৩০ বজাত ভিডিঅ কনফাৰেন্সিঙৰ জৰিয়তে বিকশিত ভাইব্রেন্ট ভিলেজ কাৰ্যসূচী ২০২৬ৰ অংশগ্ৰহণকাৰীসকলৰ সৈতে মত বিনিময় কৰিব। কাৰ্যসূচীত ৪০০ৰ অধিক যুৱক-যুৱতীয়ে দেশৰ বিভিন্ন ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলক প্রতিনিধিত্ব কৰিব। লাডাখ, হিমাচল প্রদেশ আৰু উত্তৰাখণ্ডৰ ৭৪ খন ভাইব্রেন্ট ভিলেজ সামৰি যোৱা মাহৰ ৪ৰ পৰা ৩০ তাৰিখলৈ দুটা পর্যায়ত এই বিকশিত ভাইব্রেন্ট ভিলেজ কার্যসূচী ২০২৬ৰ আয়োজন কৰা হৈছে। সমগ্র দেশজুৰি এই কাৰ্যসূচীৰ বাবে অনলাইন কুইজ প্রতিযোগিতাৰ জৰিয়তে প্রায় তিনি লাখৰো...