September 13, 2026 8:07 PM

views 12

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত বিশ্বৰ কেইবাগৰাকীও নেতাৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয়

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীৰ ভাৰত মণ্ডপমত আজি ব্রীকচ শীর্ষ সন্মিলন ২০২৬ত অংশগ্রহণ কৰাৰ সুযোগতে বিশ্বৰ কেইবাগৰাকীও নেতাৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয়। শ্রীমোদীয়ে কাজাখস্তানৰ ৰাষ্ট্ৰপতি কাছিম জা'মার্ট ট'কায়েভক সাক্ষাৎ কৰি দ্বিপাক্ষিক সম্পৰ্কৰ প্ৰগতিৰ পৰ্যালোচনা কৰে। শ্রীমোদীয়ে কাজাখস্তানৰ সৈতে ভাৰতৰ দীর্ঘদিনীয়া মিত্ৰতাক সুঁৱৰি শেহতীয়া কেইবছৰমানত দেশ দুখনৰ মাজত দ্বিপাক্ষিক মিত্রতা অবিৰতভাৱে উন্নত হোৱা সন্দৰ্ভত সন্তুষ্টি প্রকাশ কৰে। দুয়োগৰাকী নেতাই ৰাজনীতি, বাণিজ্য, প্ৰতিৰক্ষা আৰু ন...