August 21, 2026 8:19 PM

views 18

ষ্টার্টআপৰ প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত ২০ টা মহাকাশ ষ্টার্টআপৰ প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। আলোচনাৰ সময়ছোৱাত শ্রীমোদীয়ে জনসাধাৰণৰ জীৱন ধাৰণৰ মান উন্নীতকৰণৰ ক্ষেত্ৰত মহাকাশ প্ৰযুক্তিৰ বৃহত্তৰ কাৰ্যকাৰিতাৰ হকে পোষকতা কৰে। আমাৰ দেশৰ মহাকাশ খণ্ডই বিশ্ব পৰ্যায়ৰ প্ৰতিভা, আন্তঃৰাষ্ট্ৰীয় প্রতিষ্ঠান আৰু বিনিয়োগক আকৰ্ষিত কৰিব পৰাকৈ সক্ষম বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে এই ক্ষেত্ৰত এটা উপযুক্ত পৰিবেশতন্ত্র গঢ়ি তোলাৰ পৰামৰ্শ দিয়ে যাতে সমগ্ৰ বিশ্বই মহাকাশ খ...