June 18, 2026 8:28 PM
13
পেৰিছত ফ্ৰান্সৰ আগশাৰীৰ ব্যৱসায়ীসকলৰে প্ৰধানমন্ত্ৰীৰ উচ্চ পৰ্যায়ৰ বৈঠক
প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ভাৰত আৰু ফ্ৰান্সৰ মাজত অর্থনৈতিক আৰু ঔদ্যোগিক সহযোগিতা বৃদ্ধিৰ প্ৰচেষ্টাৰ অংশ হিচাপে আজি পেৰিছত ফ্ৰান্সৰ আগশাৰীৰ ব্যৱসায়ীসকলৰ সৈতে উচ্চ পৰ্যায়ৰ এলানি বৈঠকত মিলিত হয়। শ্রী মোদীয়ে ছেইন্ট গোবনৰ অধ্যক্ষ তথা মুখ্য কাৰ্যবাহী বিষয়া বেনইট বাজিনক সাক্ষাৎ কৰে। আলোচনাত সামগ্রী আৰু নিৰ্মাণ খণ্ডৰ সুযোগ, সেউজ উৎপাদন আৰু বহনক্ষম আন্তঃগাঁথনি সন্দৰ্ভত গুৰুত্ব আৰোপ কৰা হয়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্রী মোদীয়ে কয়, যে ভাৰতত ছেইণ্ট গোবনৰ শক্তিশালী উপস্থিতি আৰু বিনিয়োগে ভাৰতীয় যুৱক-যু...